73
www.newsnextone.com|খেৰণিঃ ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ আনন্দ-উচ্ছাহেৰে এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰে দূৰ্গোৎসৱ অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলি থকাৰ সময়তে পিছপৰা পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিভিন্ন প্ৰান্তটো দূৰ্গোৎসৱৰ প্ৰস্তুতি চলিছে। সমান্তৰালকৈ প্ৰতি বছৰৰ দৰে ২৬ সংখ্যক মাণ্ডলিক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে কাৰ্বি আংলঙত৷
