কংগ্ৰেছ-জেডিএছৰ বৈঠকলৈ নাহিল নৱ নিৰ্বাচিত বিধায়ক, বিধায়কৰ স্বাক্ষৰ সহ পত্ৰ...

Home ৰাজনীতিকংগ্ৰেছ-জেডিএছৰ বৈঠকলৈ নাহিল নৱ নিৰ্বাচিত বিধায়ক, বিধায়কৰ স্বাক্ষৰ সহ পত্ৰ দিলে ৰাজ্যপালক

কংগ্ৰেছ-জেডিএছৰ বৈঠকলৈ নাহিল নৱ নিৰ্বাচিত বিধায়ক, বিধায়কৰ স্বাক্ষৰ সহ পত্ৰ দিলে ৰাজ্যপালক

by News Desk
64 views
A+A-
Reset

newsnextone.com |  ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ দৃষ্টি এতিয়া কৰ্ণাটকৰ ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত৷ যোৱা ৩০ ঘণ্টা ধৰি চৰকাৰ গঠনৰ কুচকাৱাজে ৰাজনৈতিক পৰিৱেশ গৰম কৰিব ধৰিছে৷ ক্ষমতাৰ বাবে খোৱা-কামোৰা কৰাৰ ছবিখনে আমোদো দিছে ৰাইজক৷ ইতিমধ্যে জেডিএছ আৰু কংগ্ৰেছৰ বিধায়কে স্বাক্ষৰ কৰা আৰু কুমাৰস্বামীক নেতা নিৰ্বাচিত কৰি ৰাজ্যপালক পত্ৰ প্ৰদান কৰে৷ 

কিন্তু ক্ষমতাৰ বাবে ভাৰতীয় ৰাজনীতিত সাংসদ-বিধায়ক কিনা বেচা হোৱাৰ এক অশুভ পৰম্পাৰ যোৱা কিছু বছৰৰ পৰা গা কৰি উঠিছে৷ তেনে এক পৰিস্থিতি পুনৰ হোৱাৰ দিশে আগবাঢ়িছে কৰ্ণাটকত৷ বিজেপিক চৰকাৰ গঠন কৰিবলৈ মাথো ৮গৰাকী বিধায়কৰ প্ৰয়োজন৷ আশংকা কৰা মতে বিজেপিয়ে বিৰোধী কংগ্ৰেছ আৰু জেডিএছৰ বিধায়কক কিনি হলেও চৰকাৰ গঠন কৰিব৷ এই কথাৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে বিধায়কক এশ কোটি পৰ্যন্ত টকা দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছে বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0