79
কাজিৰঙাঃ গাঁৱলীয়া চহা জীৱনৰ লোক-শিল্প সংৰক্ষনেৰে সমাজ তথা সাহিত্য সংস্কৃতিৰ চৰ্চ্চা কেন্দ্ৰৰূপে গঢ়ি তোলা নুমলীগড়ৰ “সঁজাল কুটীৰ” সম্প্ৰতি বিদ্বত সমাজৰ প্ৰাণকেন্দ্ৰত পৰিণত হৈছে। নুমলীগড়ৰ সাংবাদিক প্ৰিয়ংদ্বীপ কাকতিয়ে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত গঢ়ি তোলা এই সঁজাল কুটীৰ ভউ
ধভআরএ লক্ষীমপুৰৰ এটা মিচিং সঁজাতি দলে পৰিদৰ্শন কৰে।