96

খাৰুপেটীয়াঃ যোৱা ৫ ডিচেম্বৰত প্ৰথম পৰ্যয়ৰ পঞ্চায়ত নিৰ্বাচনত বিভিন্ন ঠাইত সৰু বৰ বিভিন্ন বিক্ষিপ্ত ঘটনাৰ মাজতে নিৰ্বাচন পাৰ হৈ যায় যদিও আজি আকৌ দৰঙৰ দলগাঁও সমষ্টিত জাৱৰৰত বেলট পেপাৰ উদ্ধাৰক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।