উন্নয়নৰ সমান্তৰালকৈ স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ লক্ষ্য পূৰণ কৰিব লাগিব,...

Home অন্যান্য খবৰউন্নয়নৰ সমান্তৰালকৈ স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ লক্ষ্য পূৰণ কৰিব লাগিব, ক’লে তুলিৰাম ৰংহাঙে

উন্নয়নৰ সমান্তৰালকৈ স্বায়ত্ত শাসিত ৰাজ্য দাবীৰ লক্ষ্য পূৰণ কৰিব লাগিব, ক’লে তুলিৰাম ৰংহাঙে

by News Desk
70 views
A+A-
Reset

খেৰণিঃ পশ্চিম কাৰ্বি আংলং তথা বৈঠালাংছ’ বিধানসভা সমষ্টিৰ অন্তৰ্গত কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত সোমবাৰে দুটাকৈ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে। 

গৰকাপ্টানী বিভাগৰ তদাৰকতাত আয়োজন কৰা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত কাৰ্বি পৰিষদৰ অধ্যক্ষ লংকি তিমুং, কাৰ্যবাহী সদস্য জগতছিং ইংতি, পৰিষদীয় সদস্য ক্ৰমে মংগলছিং তিমুং, প্ৰভাত টাৰ’, দৰছিং ৰংহাং, হৰেনছিং বে’, বিভাগীয় বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। দিনজোৰা কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত টেলেহৰ-ৰংমাণ্ডো সংযোগী পথ নিৰ্মাণৰ আধাৰশিলা স্থাপনৰ পাছতে আৰচঙ-ডেৰাজুৰি-কিলিং পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৰংহাঙে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0