55
কনক দেউৰী, খেৰণিঃ পশ্চিম কাৰ্বি আংলং-মেঘালয়ৰ সীমান্তত অৱস্থিত উমৰু নামৰ গাঁওখনৰ জলাহত ভৰি পৰিছে ছাইবেৰীয়াৰপৰা অহা ‘অমূৰ ফেলকন’ নামৰ পৰিভ্ৰমী চৰাইবিধ। প্ৰতি বছৰে ছেপ্টেম্বৰ মাহৰ শেষৰ ভাগত উমৰু অঞ্চললৈ আহে এই অতিথি।
অসমত প্ৰায় তিনি মাহমান থকাৰ পাছত পুনৰ উৰা মাৰে ছাইবেৰিয়ালৈ। অমূৰ ফেলকন চৰাইবোৰৰ আচৰণ অন্য চৰাইৰপৰা সম্পূৰ্ণ পৃথক। এই চৰাইবোৰ অকলশৰে কেতিয়াও উৰা নামেৰে বা নচৰে।