অসম-মেঘালয় সীমান্তত পুনৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ

Home অন্যান্য খবৰঅসম-মেঘালয় সীমান্তত পুনৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ

অসম-মেঘালয় সীমান্তত পুনৰ ট্ৰাকসহ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ

by News Desk
61 views
A+A-
Reset

খেৰণিঃ অসম-মেঘালয়ৰ সীমান্তত ট্ৰাকসহ পুনৰ বৃহৎ পৰিমাণৰ চোৰাং কাঠৰ কুন্দা জব্দ কৰা হৈছে। পশ্চিম কাৰ্বি আংলঙৰ খেৰণি বনাঞ্চলিক কাৰ্যালয় তথা মকৈলুম উপ-আৰক্ষী চকীৰ অন্তৰ্গত উমপ্লুঙৰ তুমেং-লাংছ’ৰপৰা এইবাৰ খেৰণি বন বিভাগে জব্দ কৰে এখন কুন্দাভৰ্তি ট্ৰাক।

কিছুদিন পূৰ্বে অসম-মেঘালয়ৰ সীমান্তৰ মোলাবেৰ আৰু উমতাঙৰপৰা মেঘালয়ৰ পঞ্জীয়নভুক্ত দুখনকৈ অবৈধ কুন্দাভৰ্তি ট্ৰাক জব্দ কৰিছিল আৰক্ষীয়ে। উল্লেখযোগ্য যে, একেদৰে এইবাৰো কাৰ্বি আংলঙৰ উমপ্লুঙৰ তুমেং-লাংছ’ৰপৰা অবৈধভাৱে মেঘালয়লৈ কুন্দা সৰবৰাহ কৰাৰ চেষ্টা কৰি থকা অৱস্থাত এইবাৰ খেৰণি বনবিভাগে এখন কুন্দাভৰ্তি ট্ৰাক ইতিমধ্যে জব্দ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0