73
নগাঁওঃ কামৰূপ জিলাৰ ক্ষেত্ৰীৰ তেতেলীয়াত নৈশ বাছৰ খুন্দাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
নৈশ বাছৰ দৌৰাত্ম্যই ৰাইজক আতংকিত কৰি ৰখাৰ সময়তে শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱাব লগা হয় যুৱকজনে৷