Home অন্যান্য খবৰখুমটাইৰ গড়মৰা চেকবান্ধৰ পকী দলংখন সম্পুৰ্ণ হোৱাৰ পথত

খুমটাইৰ গড়মৰা চেকবান্ধৰ পকী দলংখন সম্পুৰ্ণ হোৱাৰ পথত

by News Desk
61 views
A+A-
Reset

খুমটাইঃ এটা ভাল খবৰ । বাৰিষাৰ পূৰ্বেই খুমটাই সমষ্টিৰ গড়মৰাবাসীয়ে লাভ কৰিব বহু প্ৰত্যাশিত পকী দলং খন । খুমটাই সমষ্টিৰ বানে জুৰুলা কৰা গড়মৰা কৃষিবান্ধৰ মুল পথত  নিৰ্মান কৰা পকীদলংৰ কাম পৰিদৰ্শন কৰি অহা পোন্ধৰ দিনৰ ভিতৰত দলং মুকলি কৰিবলৈ ঠিকাদাৰক নিৰ্দেশ বিধায়ক মৃনাল শইকীয়াৰ ।  

প্ৰায় দুই কোটি টকা ব্যয়ৰে নিৰ্মান কৰা হৈছে এই দলং খন। উল্লেখ্য যে, গড়মৰা চেকবান্ধৰ এই দলংখনৰ কাম সম্পূৰ্ণ হৈ উঠিলে ন-পমুৱা শলমাৰী আৰু আবানী গাঁৱৰ লগতে মাজুলি সমষ্টিৰ বৃহত্তৰ চৰাইচাপৰিৰ দহখন গাঁৱৰ ৰাইজৰ দেৰগাঁও চহৰেৰে যাতায়ত অতিকে সুচল হৈ পৰিব। বাৰিষাৰ পূৰ্বেই বিধায়ক গৰাকীৰ এই  তৎপৰতাত সন্তোষ্টি প্ৰকাশ কৰিছে ৰাইজে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0