Home অন্যান্য খবৰকিডনী বিক্ৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত আটক

কিডনী বিক্ৰী চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত আটক

by News Desk
65 views
A+A-
Reset

News Next One দৰং- সাম্প্ৰতিক সময়ত ৰাজ্যত কিডনী বিক্ৰীৰ দৰে ঘটনাই চাঞ্চল্য সৃষ্টি কৰি থকাৰ সময়তেই দৰং জিলাৰ পূৱ প্ৰান্তৰ দলগাঁও ৰ ঢেকেৰিগাঁওৰ যুৱক নিতু দাসক কিডনী বিক্রীৰ চক্ৰৰ লগত জড়িত থকাৰ সন্দেহত মৰিগাঁও আৰক্ষীয়ে দলগাওঁ আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰে।

যুৱকজনে চলিত বৰ্ষত মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি এককালীন সাহায্যও আগবঢ়ায় । যুৱক জনে চৰকাৰী বিধিগত ভাবে এই প্ৰক্ৰিয়া অব্যাহত ৰাখে বুলি আৰক্ষীৰ আগত স্বীকাৰ কৰে । মৰিগাঁও আৰক্ষীয়ে এই ক্ষেত্ৰত অধিক অনুসন্ধানৰ বাবে তদন্ত অব্যাহত ৰাখিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0