Home অন্যান্য খবৰৰিজিজুৰ পত্ৰই আনন্দৰ জোৱাৰ আনিলে SSB শিবিৰত

ৰিজিজুৰ পত্ৰই আনন্দৰ জোৱাৰ আনিলে SSB শিবিৰত

by News Desk
62 views
A+A-
Reset

তেজপুৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী কিৰণ ৰিজিজুৱে দিয়া এখন পত্ৰই তেজপুৰৰ শালনিবাৰীত অৱস্থিত সশস্ত্ৰ সীমা বল চমুকৈ এচ এচ বিৰ প্ৰশিক্ষণ শিবিৰটোত আনন্দৰ বন্যা বোৱাই দিয়ে। আচলতে শিবিৰটো তেজপুৰৰ পৰা স্থানান্তৰ কৰিবলৈ এক চৰকাৰী নিৰ্দেশ দিয়া হৈছিল।

এই নিৰ্দেশৰ পাছতেই তেজপুৰৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে বহু শীৰ্ষ প্ৰশাসনীক বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। এই ক্ষেত্ৰত তেজপুৰৰ সাংসদ আৰ পি শৰ্মায়ো গুৰুত্ব প্ৰদান কৰি কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী কিৰন ৰিজিজুলৈ ৯ মাৰ্চ বিষয়টো জনাই আৰ পি এচ/এম _এল এচ \ডি০০৮/২০১৭ নম্বৰৰ পত্ৰযোগে ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0