118
ফখৰুল ইছলাম, খাৰুপেটীয়াঃ ভোট গ্ৰহণ কেন্দ্ৰত ৰিগিং কৰাৰ বাতৰি পৰিৱেশন কৰাৰ বাবে মুকালমুৱাত সাংবাদিক ৰাজেন ডেকাক দলবদ্ধভাৱে হত্যাৰ চেষ্টা কৰা কাৰ্যক দৰঙৰ খাৰুপেটীয়া প্ৰেছ ক্লাব আৰু দলগাঁও প্ৰেছ ক্লাবে গৰিহণা দিয়ে|
লগতে ঘটনাত জড়িত দুষ্কৃতীকাৰীক অতি শীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনায়|