59
লংকাঃ লামডিং খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত সংঘটিত ইন্দিৰা আৱাস যোজনাৰ দুৰ্নীতিৰ তদন্তৰ দাবীত কৃষক মুক্তিয়ে আজি হোজাইত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।
হোজাই জিলাৰ উপাযুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷ কৃষক মুক্তি সংগ্ৰাম সমিতি চাৰকেবস্তি আঞ্চলিক সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি দুৰ্নীতিৰ উচিত তদন্ত দাবী উত্থাপন কৰে৷