71
শিৱসাগৰঃ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে আমগুৰিত আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
সংগঠনটোৰ বৰাহীবাৰী-চামগুৰি আঞ্চলিক সমিতিয়ে আমগুৰি ৰাজহ চক্ৰ কাৰ্য্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি শিৱসাগৰৰ আমগুৰি সমষ্টিৰ বিভিন্ন বাট-পথ মেৰামতি কৰাৰ দাবী উত্থাপন কৰে।