কোকৰাঝাৰঃ পৃথক বড়োৰাজ্যৰ সলনি ইউনিয়ন টেৰিটৰিয়েল কাউন্সিল চমুকৈ ইউ টি চি গঠনৰ কুচকাৱাজক লৈ বিভিন্ন বিতৰ্ক অব্যাাহত থকাৰ সময়তে মঙলবাৰে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে ইউ টি চিক লৈ নিজ প্ৰতিক্ৰিয়া ব্যাক্ত কৰিছে ।
উল্লেখ্যে যে কালি নতুন দিল্লীত এন ডি এফ বি (প্ৰ), এবছুৰ নেৰ্তৃবৰ্গ, পি জে এ চি এমৰ নেতৃবৰ্গৰ সতে কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত হৈছিল য’ত অহা ডিচেম্বৰত পুনৰ অনুষ্ঠিত হ’বলগীয়া এক আলোচনাৰ জৰিয়তে বড়োলেণ্ড সমস্যাৰ সমাধান কৰা হ’ব বুলি লোৱা প্ৰস্তাৱৰ সিদ্ধান্ত পাছত এবছুৱে এক প্ৰেছ বিবৃতিতৰ জৰিয়তে সদৰি কৰিছিল।