কোকৰাঝাৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী-সাংস্কৃতিক মহোৎসৱ

Home ৰাজ্যকোকৰাঝাৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী-সাংস্কৃতিক মহোৎসৱ

কোকৰাঝাৰত শনিবাৰৰ পৰা আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী-সাংস্কৃতিক মহোৎসৱ

by News Desk
61 views
A+A-
Reset

কোকৰাঝাৰঃ কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয় প্ৰাংগনত শনিবাৰৰ পৰা সাত দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱ অনুষ্ঠান৷ অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷

উল্লেখ্য যে, কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়খনৰ আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱৰ মুখ্য আহ্বায়িকা তথা কোকৰাঝাৰ সংগীত আৰু সুকুমাৰ কলা মহাবিদ্যালয়ৰ অধ্যক্ষা লাৰ্লী ব্ৰহ্মই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানটি শুভ উদ্বোধন কৰি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বসুলভ চিত্ৰাংকণ প্ৰদৰ্শনী আৰু সাংস্কৃতিক মহোৎসৱৰ জৰিয়তে বড়োলেণ্ড আৰু অন্যান্য দেশ সমূহৰ সৈতে সম্বন্ধ অটুট ৰখাত যথেষ্ট সহায় কৰিব বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0