74
কোকৰাঝাৰঃ অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰত আন এক বলিষ্ঠ সংযোজন ঘটাই বি টি চিৰ কোকৰাঝাৰ চহৰৰ সমীপৰ বেসৰগাঁৱত দেওবাৰে চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভনি অনুষ্ঠান সম্পন্ন হয়৷
অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্য মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই বেসৰগাঁৱত মেডিকেল কলেজৰ আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰে৷ ইয়াৰ পাছতে বেসৰগাঁৱত এক ৰাজহুৱা সভা অনুষ্ঠিত হয়৷