63
লাহোৱালঃ মদাৰখাত ক্ৰীড়া সন্থাৰ উদ্যোগত পহিলা জানুৱাৰীত অনুষ্ঠিত সদৌ অসম প্ৰাইজমানি মাৰাথন দৌৰ প্ৰতিযোগিতাখন দুদিনীয়া কাৰ্যসূচীৰে ৰূপালী জয়ন্তী বৰ্ষ সমাপণ কৰে।
সোমবাৰে সন্ধিয়া মদাৰখাত ক্ৰীড়া সন্থাৰ সভাপতি যতীন গোঁহাইয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানটোত আজি পুৱা প্ৰতিযোগিতাখনৰ ফ্লেগ অফ কৰে লাহোৱাল জিলা পৰিষদৰ নৱনিৰ্বাচিত সদস্য তথা ক্ৰীড়া সংগঠক ভূপেন কুমাৰ গগৈয়ে।