143
লখিমপুৰঃ লখিমপুৰ জিলাৰ বগীনদী উন্নয়ন খণ্ডৰ অন্তৰ্গত কদম পঞ্চায়তৰ কাকৈ লাইমেকুৰি হাজং গাঁও আৰু নভঙীয়া হাজং গাঁও সংযোগী কাকৈ নৈৰ ওপৰত থকা একমাত্ৰ জৰাজীৰ্ণ এই বাহৰ দলং খন। এই জৰাজীৰ্ণ বাঁহৰ দলংখনেৰে স্থানীয় অঞ্চলবাসী তথা ছাত্ৰ- ছাত্ৰী সকল বছৰ বছৰ ধৰি বিপদ সংকুলভাৱে আহ-যাহ কৰি আহিছে।
কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ।