96
লখিমপুৰঃ পহিলা বহাগৰ প্ৰথমটো দিনতেই দেখা গৈছে বোকা খেল উদযাপন কৰা।
এইটো দৃশ্য হৈছে লখিমপুৰ জিলাৰ ২ নং এজাৰগুৰি গাঁৱৰ। এই গাঁৱৰ সকলো শিশু, বোৱাৰী, জীয়ৰী, যুৱক, যুৱতী আৰু বুঢ়া মেথা সকলোৱে বিগত বছৰবোৰৰ দৰে এই বছৰো বোকা খেল খেলি আনন্দ উপভোগ কৰে।