53
লংকাঃ লংকাৰ লামডিং ৰোডত থকা বিদেশী ন্যায়াধীশকৰণ আদালতৰ চৌহদত থকা ইনস্তাকাৰ্ট ছাৰ্ভিচেছ প্ৰাইভেট লিমিটেড নামৰ অন লাইন প্ৰতিষ্ঠান এটাত দেওবাৰে সন্ধিয়া এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড সংঘটিত হয়৷
প্ৰতিষ্ঠানটোৰপৰা নগদ চাৰে তিনি লাখ টকা লুট কৰি নিয়ে ডকাইতৰ দলটোৱে৷ এখন চাৰিচকীয়া গাড়ীত অহা তিনিজনীয়া ডকাইতৰ এটা দলে বন্দুক আৰু ডেগাৰ দেখুৱাই লুটি নিয়ে টকাখিনি৷