Home অন্যান্য খবৰৰন্ধন গেছক লৈ দালালি, ভুক্তভোগীৰ এজাহাৰ

ৰন্ধন গেছক লৈ দালালি, ভুক্তভোগীৰ এজাহাৰ

by News Desk
72 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়াল সমূহক সংশ্লিষ্ট অঞ্চলৰ গেছ এজেন্সি সমূহে চৰকাৰী নীতি অনুসৰি বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগৰ সুবিধা প্ৰদান কৰি  থকাৰ সময়তে একাংশ দালালৰূপী এজেন্টে গেছ যোগানৰ নামত তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত গাঁ‌ৱে গাঁ‌ৱে ঘূৰি অধিক ধন সংগ্ৰহ কৰি থকাৰ অভিযোগ উঠিছে। 

অভিযোগ অনুসৰি, স্থানীয় ভাৱে গেছ এজেন্সি থকাৰ পিছতো তিনিচুকীয়াৰ পৰা অহা এটা দালালৰ দলে মাৰ্ঘেৰিটা মহকুমাৰ পেঙেৰী থানাৰ অন্তৰ্গত টেকেৰী, টকৌপথাৰ আদি গাঁ‌ৱত প্ৰৱেশ কৰি সহজ-সৰল মহিলা সকলক ফুচুলাই ব্যাপক ৰূপত ধনৰ লেনদেনৰ বিনিময়ত কেৱল প্ৰ-পত্ৰ ভৰ্তি কৰোৱাই নহয় বৰঞ্চ কেতবোৰ পৰিয়ালক গেছৰ যোগানো দিছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0