100
নলবাৰীঃ পঞ্চায়তৰ নিৰ্বাচনৰ ভোট গণনা চলি থকা সময়তেতেই আজি নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।
নলবাৰীত মুকালমুৱা জিলা পৰিষদৰ ভোট গণনা কক্ষত পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে সংঘটিত হয় এই ঘটনা । বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই গণনা কক্ষত প্ৰৱেশ কৰাক লৈ এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।