78
ডিজিটেল ডেস্কঃ ভাৰত সুন্দৰীৰ খিতাপ লাভৰ দিশে অগ্ৰসৰ হৈছে এগৰাকী অৰুণাচলী কন্যা। ব্ৰেইন প্লাছ বিউটীৰ অনবদ্য সমাহাৰ এই তনয়াৰ নাম লিছা থছাম।
দৈহিক সুষমাৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা লিছা হৈছে এইবেলিৰ মিছ ইণ্ডিয়া খিতাপৰ হট ফেভাৰিট। সূৰ্য উঠা দেশক দিল্লীত প্ৰতিনিধিত্ব কৰা উচ্ছল যৌৱনা তনয়াৰ হাঁহিত সৰে পদুমৰ পাহি।