86
লিডুঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুনৰ ১০ মাইলত বৃহস্পতিবাৰে সন্ধিয়া সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।
জাগুনৰপৰা জয়ৰামপুৰ অভিমুখে গৈ থকা এ আৰ ১২ ১৬৪৮ নম্বৰৰ এখন য়ামাহা মটৰ চাইকেলে ঘাইপথত থকা এটা প্ৰকাণ্ড কালভাৰ্ড খুন্দা মৰাৰ ফলত ললিত য়ংকুক নামৰ (২৮) বছৰীয়া এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে নুঙচি তাইৰিং নামৰ এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।