62
newsnextoneলিডু ১১অক্টোৱৰঃ তিনিচুকীয়া জিলাৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত জাগুন আঠ মাইলত আজি পুৱা সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে মৃত্যু হয় জাগুন পাৰ্বতিপুৰ গাঁৱৰ জয়দীপ বৰা (২০) নামৰ এজন যুৱক । উল্লেখযোগ্য যে যুৱকজন চাইকেলেৰে জাগুণৰ পৰা ৯ মাইল অভিমুখে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা অহা AS 23 BC 5969 নম্বৰৰ এখন বলেৰ পিক আপ গাড়ীয়ে মহতিয়াই নিয়াত থিতাতে মৃত্যুক সাৱটি লব লগীয়া হয় যুৱক জনে ।
