69
ডিজিটেল ডেস্কঃ বিতৰ্কৰ ওৰ পেলাই অৱশেষত মুক্তিৰ বাবে সাজু হৈছে লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা শীৰ্ষক বোলছবিখন। কিন্তু কেৱল প্ৰাপ্তবয়স্কইহে উপভোগ কৰিব এই ছবিখন।
বহু চিন্তা-চৰ্চাৰ মুৰকত চেঞ্চৰ বৰ্ডে সেউজ সংকেত দিলে “লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা”লৈ৷ বিতৰ্কিত চলচিত্ৰখনক চেঞ্চৰ বৰ্ডে এ গ্ৰেড প্ৰদান কৰিছে৷ কেইবাটাও চৰ্তৰ বিনিময়ত চলচিত্ৰখন মুক্তিৰ অনুমতি দিছে চেঞ্চৰ বৰ্ডে৷