51
চামগুৰিঃ নগাঁও জিলাৰ চামগুৰি থানাৰ অন্তৰ্গত ভৰাগুৰিত “কৰিস্মা” ওৰফে “পানী-পানী” নামৰ এটা ভুৱা বিত্তীয় প্ৰতিষ্ঠানে গ্ৰাহকক ঋণ দিয়াৰ নামত নথি-পত্ৰসহ ধন লুট কৰাৰ ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷
বিগত বৰ্ষৰ ছেপ্টেম্বৰত গ্ৰাহকৰ পৰা দুশ টকাৰ বিনিময়ত ৬০ হাজাৰ টকা ঋণ দিয়াৰ চুক্তিৰে প্ৰয়োজনীয় নথি-পত্ৰ সংগ্ৰহ কৰে ৰূপহীস্থিত কৰিস্মা নামৰ ভুৱা প্ৰতিষ্ঠানটোৱে৷