66
গোৰেশ্বৰঃ অসমৰ থিয়েটাৰ জগতত নতুনকৈ আত্মপ্ৰকাশ কৰিলে লুইতপৰীয়া থিয়েটাৰে। ডা. সানসৌৰাং বসুমতাৰীৰ প্ৰয়োজনাত নৱগঠিত এই নাট্যদলটিৰ শুভ নাট মহুৰত ৮ জুনত সম্পন্ন হৈ যায়।
স্থানীয় কলাগুৰু বিষ্ণুৰাভা ভবনত এই উপলক্ষে কালি অনুষ্ঠিত শুভ মহুৰত অনুস্থান বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষা নিয়ন্ত্রণক ডা. বাবুল চহৰীয়াই।