73
গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত আজি মহাবীৰ জয়ন্তী উপলক্ষে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। দিগম্বৰ জৈন সমাজ, গোৰেশ্বৰৰ উদ্যোগত আয়োজিত মহাবীৰ জয়ন্তী উপলক্ষে আজি পুৱাৰ ভাগত চহৰখনত এক ধৰ্মীয় শোভাযাত্ৰা উলিওৱা হয়।
তাৰোপৰি স্থানীয় জৈন মন্দিৰত দিনৰ ভাগত ধৰ্মীয় ৰীতি-নীতি অনুসৰি পুজা-পাঠৰ আয়োজন চলে।