61
মাজুলীঃ ভাৰত চৰকাৰৰ অটল টিনকাৰিং লেবৰেটৰী আঁচনিৰ অধীনত এটা বিজ্ঞানাগাৰ ২০ জানুৱাৰীত মাজুলীৰ শংকৰদেৱ বিদ্যা নিকেতন, গড়মূৰত উদ্ধোধন কৰা হ’ব।
ভাৰত চৰকাৰে বিদ্যালয়সমূহত ছাত্র-ছাত্ৰীসকলৰ মাজত বিজ্ঞান শিক্ষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে বিষয়বস্তুসমূহৰ সঠিক ৰূপত উপস্থাপন কৰাৰ ক্ষেত্ৰত সহায় হোৱাকৈ অনুদান দি অহা লক্ষাধিক টকাৰ সামগ্ৰীয়ে এই লেবটো ইতিমধ্যে নিকেটতখনত সংস্থাপন কৰা হৈছে।