Home ৰাজনীতিমহাধিৱেশন, বিজেপি-আৰএছএছক অনুসৰণ, এইবাৰ ঘৰে ঘৰে যাব কংগ্ৰেছে

মহাধিৱেশন, বিজেপি-আৰএছএছক অনুসৰণ, এইবাৰ ঘৰে ঘৰে যাব কংগ্ৰেছে

by News Desk
54 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী নতুন দিল্লীত শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে কংগ্ৰেছৰ মহাধিৱেশন৷ অধিৱেশনত প্ৰথমবাৰৰ অংশগ্ৰহণ কৰি কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়ে আদৰণি ভাষণ প্ৰদান কৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই মহাধিৱেশন কংগ্ৰেছৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ এই অধিৱেশনতে কংগ্ৰেছে আগন্তুক লোকসভাৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান সিদ্ধান্ত গ্ৰহণ কৰিব৷ যিয়ে ইউপিএক উদ্যমী কৰি তোলে৷   

এই মহাধিৱেশনত জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খাৰ্গে দলৰ কাৰ্যকৰ্তাসকলক উদ্দেশ্যি কয়, বিজেপি-আৰএছএছৰ কাৰ্যকৰ্তাসকলে যিদৰে ঘৰে ঘৰে গৈ প্ৰচাৰ চলাই, ঠিক সেইদৰেই নিৰ্বাচনৰ সময়ত প্ৰচাৰৰ বাবে ঘৰে ঘৰে যোৱাটো উচিত৷ তেওঁ লগতে কাৰ্যকৰ্তা সকলৰ আগত কয়, আপোনালোকৰ সহায়-সহযোগিতা, আৰ্শীবাদৰ জৰিয়তে মই আকৌ এবাৰ কৰ্ণাটকত চৰকাৰ গঠন কৰাৰ ইচ্ছা পুহি ৰাখিছোঁ৷ মোক যেন সহায় কৰে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0