67
শুক্লাইঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰৰ্গত সীমান্তৰ পাহাৰৰ পাৰ্শ্বৱতী বিভিন্ন গাঁওত দীৰ্ঘদিন ধৰি অব্যাহত আছে হাতী-মানুহৰ সংঘাত৷
\খাদ্যৰ সন্ধানত নিশাৰ ভাগত ভুটান পাহাৰ আৰু বৰনদী অভয়াৰণ্যৰ পৰা জাকে জাকে নামি অহা বনৰীয়া হাতীয়ে সীমান্তৱৰ্তী ঘৰ-বাৰী, খেতি-পথাৰ, ভৰালৰ ধান আদি খাই বিনষ্ট কৰি তহিলং কৰি আহিছে।