67
ডিজিটেল ডেস্কঃ থাইলেণ্ডৰ এক শিহৰণকাৰী হত্যাকাণ্ডই কঁপাই তুলিছে বিশ্ববাসীক। পাৰিবাৰিক কন্দলত লিপ্ত হৈয়েই নিজ পিতৃয়ে ১১ মহীয়া কন্যাক কৰিছে হত্যা।
মানসিকভাবে ভাগি পৰা এইগৰাকী পিতৃয়ে নিজ কন্যাক হত্যা কৰাই নহয়, হত্যাকাণ্ডটোৰ সমগ্ৰ ঘটনা ফেচবুকত লাইভো কৰে৷ অৱশ্যে তাৰপিছতে পিতৃগৰাকীয়ে নিজেও অাত্মহত্যা পথ বাছি লয়।