Home অন্যান্য খবৰডিফুত অপহৰণকাৰীৰ কবলৰ পৰা ব্যৱসায়ী উদ্ধাৰ

ডিফুত অপহৰণকাৰীৰ কবলৰ পৰা ব্যৱসায়ী উদ্ধাৰ

by News Desk
65 views
A+A-
Reset

ডিফুঃ কাৰ্বি আংলং জিলা আৰক্ষীৰ তৎপৰতাত অপহৰণকাৰীৰ কবলৰ পৰা এজন ব্যৱসায়ী উদ্বাৰ হোৱা ঘটনাই ডিফু চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ প্ৰাপ্ত বাতৰি মতে,  ৮ জুলাইৰ নিশা ডিফু চহৰৰ ৰংখেলানৰ ওচৰত জিলা আৰক্ষী অধীক্ষক ডঃ শিৱ প্ৰসাদ গাঞ্জালাৰ নেতৃত্বত আৰু উপ আৰক্ষী অধীক্ষক (প্ৰবেচনাৰী) মোজাফ্ফৰ হুছেইনে তৎপৰতাৰে অপহৃত হেমলাল কুমাৰক অপহৰণকাৰীৰ কবলৰ পৰা উদ্বাৰ কৰিবলৈ সক্ষম হয়৷

উল্লেখ্য যে, যোৱা ৫ জুলাইত ডিফুৰ চেৰলাংজঙৰ নিজ গৃহৰ পৰা এদল দুৰ্বৃত্তই বন্দুক দেখুৱাই ব্যৱসায়ী হেমলালক অপহৰণ কৰি পৰিয়ালৰ লোকৰ পৰা হেমলালৰ মুক্তিৰ বাবে ৩০ লাখ টকাৰ মুক্তিপণ দাবী কৰে ৷ এইমৰ্মে আৰক্ষীয়ে পৰিকল্পিত আঁচনিৰে ডিফু চহৰৰ নাতি দূৰৈৰ ৰংখেলানত অভিযান চলাওতে আৰক্ষীৰে অপহৰণকাৰী দলটোৰ সংঘৰ্ষ হয় ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0