81
.ডিজিটেল ডেস্কঃ উত্তৰ-পূবাঞ্চলৰ সৰ্বহাৰাৰ নেতা ৰূপে জনাজাত মাণিক সৰকাৰৰ ২৫ বছৰীয়া দুৰ্গৰ অৱসান ঘটিল৷ ৰাজনীতিত মুখ থেকেচা খালেও ৰাজনীতিৰ ইতিহাসৰ পাট লুটিয়ালে মাণিক সৰকাৰৰ নাম জলজল পটপট হৈ ওলাই পৰিব৷ শণিবাৰে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পিছত চিপিআইএম দলে পৰাজয় বৰণ কৰে যদিও সংবাদমাধ্যমত মাণিক সৰকাৰৰ চৰ্চা অব্যাহত আছে৷