90
ডিজিটেল ডেস্কঃ এইবাৰ মাৰাঠী ছবিত অভিনয় কৰিব মাধুৰী দীক্ষিতে৷ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিতে এইবাৰ অভিনয় জীৱনৰ এক নতুন অধ্যায় আৰম্ভ কৰি মাৰাঠী ছবিত অভিনয় কৰিব। অৱশ্যে বৰ্তমানলৈ তেওঁৰ মাৰাঠী চিনেমা খনৰ নাম স্থিৰ হোৱা নাই।
অভিনেত্ৰী গৰাকীয়ে মাৰাঠী কথাছবি জগতৰ বিকাশে তেওঁক গৰ্বিত কৰিছে বুলি কয়। তেওঁ কৰিবলগীয়া চিনেমা খন নাৰী কেন্দ্ৰিক। ছৱি খনত হাস্যৰসো আছে।