Home ক্ৰীড়াআমিৰ খানক কলে, ৰেগিংৰ বলি হৈছিল কোহলী

আমিৰ খানক কলে, ৰেগিংৰ বলি হৈছিল কোহলী

by News Desk
A+A-
Reset
0e7d369c-f085-465b-bd7f-bd0f272b9ec9

ডিজিটেল ডেস্কঃ জিটিভিৰ এটি অনুষ্ঠানত ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয়ে ৰেগিংৰ সন্মুখীন হোৱা বুলি কয়৷ ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক কোহলি আৰু বলিউডৰ জনপ্ৰিয় অভিনেতা আমিৰ খানৰ সৈতে লোৱা এটি সাক্ষাৎকাৰত দুয়ো দুয়োৰে জীৱনৰ বহু কথা ৰাজহুৱা কৰে৷ বিৰাটে তেওঁৰ ক্ৰিকেট জীৱনৰ কথাও কয়। প্ৰথম ভাৰতীয় ক্ৰিকেট দলত যোগদান কৰিবৰ বাবে আহিছিল সেইদিনা তেওঁক ৰেগিং কৰা হৈছিল।

হৰভজন সিং আৰু মুনাফ পেটেলৰ দৰে খেলুৱৈয়ে তেওঁক ৰেগিং কৰিছিল। ভাৰতীয় দলৰ হৈ খেলা ২০০৮ৰ দ্বিতীয়খন খেলতহে লগ পাইছিল শচীন তেণ্ডুলকাৰক। কেৱল ইমানে নহয় অধিনায়ক বিৰাটে যাৰ খেল চাই চাই খেলিবলৈ আৰম্ভ কৰিছিল সেইদিনা সেইগৰাকী ব্যক্তিক ওচৰত পায় বহুত সুখী হৈছিল লগতে ভয়ো লাগিছিল বুলি কয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0