163
newsnextone.com/ ২৯ ছেপ্টেম্বৰ তাৰিখে মাৰ্কাংকুছি তিৱা কাণ্ঠিচ্যুৰি চ্যমতেৰ সভাপতি,ভাৰত চৰকাৰৰ স্বীকৃতি প্ৰাপ্ত লোক-নৃত্যৰ গুৰু, নাদিৰাম দেউৰীয়ে এক সংবাদমেল যোগে জনাই যে তিৱা লোক-সংস্কৃতিক দেশৰ বিভিন্ন প্ৰান্তলৈ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি যোৱা “মাৰ্কাংকুছি তিৱা কাণ্ঠিচ্যুৰি চ্যমতে” আগন্তুক দিনত ভাৰতৰ বিভিন্ন স্থানৰ পৰা তিৱা লোক-নৃত্যক প্ৰদৰ্শন কৰিবৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ।
সময়সূচী আৰু স্থান সমূহ এনেধৰণৰ –