ডিজিটেল ডেস্কঃ ধুবুৰী জিলাৰ তামাৰহাট আৰক্ষী থানাৰ অন্তৰ্গত দফৰপুৰ গাঁওৰ জাহান উদ্দিন সেখৰ পুত্ৰ খালেক হোছেন (২১) ২ মেত তেজপুৰৰ পৰা ধুবুৰীলৈ আহোঁতে নিউ বঙ্গাইগাঁও ৰেলৱে ষ্টেচনত যুৱকজন হঠাত নামি যায় ।

মানসিক বিকাৰগ্ৰস্ত যুৱকজনৰ কোনো সদাশয় ব‍্যক্তিয়ে যদি খবৰ পায়, তেন্তে উল্লেখিত মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালবৰ্গই অনুৰোধ জনাইছে । যোগাযোগৰ নম্বৰসমূহ হৈছেঃ ৭৬৬২৯-৩১১৩২, ৭০০২২-৩২৬৩৩, ৯৯৫৭৭-৪৭৭২৫।