90
গৰৈমাৰী ৰাজ্যত ইটোৰ পাছত সিটো নাৰী নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কামৰূপ জিলাৰ গৰৈমাৰিত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক ধৰ্ষৰ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰতিদিনে এচাম বিকৃত মানসিকতাৰ লোকৰ হাতত নিৰ্যাতিত হয় কিশোৰা জীয়ৰী, বোৱাৰী৷ দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ পুখুৰীপাৰ নামৰ ঠাইত এগৰাকী ষষ্ঠ শ্ৰেণীৰ ছাত্ৰীক এগৰাকী একে গাঁৱৰে লম্পট যুৱকে পথাৰলৈ ফুচলাই নি মূখত সোপা দি ধৰ্ষণৰ চেষ্টা চলাই৷