Home অন্যান্য খবৰমনিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৰ ভাৰতৰ হৈ প্ৰথমটো পদক

মনিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৰ ভাৰতৰ হৈ প্ৰথমটো পদক

by News Desk
67 views
A+A-
Reset

টকিঅ’: ৰূপৰ পদকেৰে টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো পদক জিনিলে মনিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৱে৷ মহিলাৰ ভাৰোত্তলনত ৪৯কিলো শাখাত ৰূপৰ পদক অৰ্জন কৰি ২১ বছৰৰ মুৰত ইতিহাস ৰচিলে মীৰাবাঈয়ে৷ এই শাখা চীনৰ হাউ ঝুয়ে স্বর্ণ আৰু ইন্দোনেচীয়াৰ উইণ্ডি আইছাহে ব্ৰঞ্জৰ পদক লাভ কৰে৷ মীৰা বাঈয়ে ২০২ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি এই সন্মান অৰ্জন কৰে৷ আনহাতে চীনা খেলুৱৈ গৰাকীয়ে ২১০ কিলোগ্ৰাম ভাৰ উত্তোলন কৰি সোনৰ পদক লাভ কৰে৷ 
উল্লেখযোগ্য যে কৰ্ণম মালেশ্বৰীৰ পিচত মীৰাবাঈ চানু এই অভিলেখ অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0