Home অন্যান্য খবৰইটাখোলাস্থিত তেজালপট্টীৰ ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ

ইটাখোলাস্থিত তেজালপট্টীৰ ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ

by News Desk
A+A-
Reset
IMG-20210928-WA0005

News Next One , বিশ্বনাথ চাৰিআলি , ২৮ ছেপ্তেম্বৰ ঃ বিশ্বনাথ জিলাৰ ইটাখোলাৰ সমীপৰ তেজালপট্টীৰ এগৰাকী ১৩ বছৰীয়া কিশোৰ অভিজিৎ বালাই কিছুদিন ধৰি নিৰুদ্দেশ হৈ থকা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যকৰ পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। জানিব পৰা মতে তেজালপট্টীৰ নিবাসী চজল দেৱ নামৰ ব্যক্তিয়ে ৪ বছৰ পুৰ্ব্বে গোৱালপাৰা জিলাৰ প্ৰয়াত বিপিন দেৱৰ পুত্ৰ অভিজিৎ বালাক নিজ গৃহত ৰাখি পোহ -পাল দি আহিছিল। যোৱা ১৭চেপ্টেম্বৰৰ দিনৰ ভাগত তেজালপট্টী চাহ বাগিচাৰ খেল পথাৰত আয়োজিত বিশ্বকৰ্মা পূজালৈ বুলি গৈ আজি পৰ্যন্ত নিৰুদ্দেশ হৈ আছে। ইপিনে কিশোৰ গৰাকীক বিপিন দেৱে বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰি কিশোৰ গৰাকীক নাপাই উপায়ন্তৰ হৈ যোৱা ২৬ চেপ্টেম্বৰ তাৰিখে কিশোৰ গৰাকীৰ নিৰুদ্দেশৰ বাবে ইটাখোলা উপ-আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে লগতে কোনো সদাশয় ব্যক্তিয়ে কিশোৰ গৰাকীৰ অনুসন্দ্ধান পালে ৬০০২৪৫০০৩৯ ফোন নম্বৰত জনাবলৈ আহ্বান জনাইছে।

বিশ্বনাথ চাৰিআলিৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0