79
নতুন দিল্লীঃ বহু দিনৰপৰা চৰ্চাত থকা ‘‘মিছন মংগল’’ নামৰ ছবিখন চলিত বৰ্ষৰ অহা ১৫ আগষ্টত মুক্তি পাব৷ স্বাধীনতা দিৱসৰ দিনটোত এই ছবিখনে চিনেমাগৃহত শুভমুক্তি লাভ কৰিব৷
জগন শক্তিয়ে পৰিচালনা কৰা ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ তাৰকা অভিনেতা অক্ষয় কুমাৰে। লগতে অন্যান্য চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালান, সোনাক্ষী সিনহা, তাপশ্ৰী পানু, ছৰমান যোশী, কৃৰ্তী কুলহাৰী, নিথ্যা মেনন, দলিপ টাহিল, ৰজত বাৰমেচা, সণ্ডীপ কিষান বিভিন্ন জন অভিনেতাই৷