Home বিশ্বফ’ৰ্বছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী, স্থান নৱম

ফ’ৰ্বছৰ প্ৰভাৱশালী ব্যক্তিৰ তালিকাত মোডী, স্থান নৱম

by News Desk
99 views
A+A-
Reset

newsnextone.com | ​ডিজিটেল ডেস্কঃ বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী লোকৰ তালিকাত সন্নিবিষ্ট হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নাম৷ জনপ্ৰিয় ‘ফ’ৰ্বছ’ আলোচনীয়ে প্ৰস্তুত কৰা বিশ্বৰ ৭৫ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ এখন তালিকাত নৱম স্থান অধিকাৰ কৰে নৰেন্দ্ৰ মোডীয়ে৷ আনহাতে তালিকাখনৰ প্ৰথম স্থান দখল কৰে চীন ৰাষ্ট্ৰপতি চি জিনপিংগ৷ তেওঁ ৰুছ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনক আঁতৰাই পুনৰ বিশ্বৰ প্রভাৱশালী লোকৰ মাজত শীৰ্ষত উপবিষ্ট হয়৷

চীন ৰাষ্ট্ৰপতি জিনপিংগ বিগত চাৰি বছৰ একেধাৰে প্ৰভাৱশালী ব্যক্তিৰ তালিকাখনৰ শীৰ্ষস্থানত অধিষ্ঠিত হৈ আহিছে৷ তাৰ বিপৰীতে দ্বিতীয় স্থান লাভ কৰি আহিছে ৰুছ ৰাষ্ট্ৰপতি পুটিনে৷ আনহাতে তালিকাখনৰ তৃতীয় স্থানত আমেৰিকান ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প, চতুৰ্থ স্থানত এঞ্জেলা মৰ্কেল আৰু পঞ্চম স্থানত এমেজন কম্পেনীৰ স্বত্বাধিকাৰী জেফ বেজোশ অধিষ্ঠিত হৈ আছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0