71
নগাঁওঃ জন্মস্থান নগাঁৱত আজি ৰঙা জিঞাৰ কবি মহিম বৰাক স্মৰণ কৰে নগঞাই৷ নগাঁৱত ৰঙা জিঞাৰ কবি মহিম বৰাৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰা হয়।
নগাঁও জিলা সাহিত্য সভা আৰু কলংপাৰ বিদ্যাপীঠে কবি সাহিত্যিক গৰাকীৰ প্ৰথম মৃত্যু বাৰ্ষিকী পালন কৰে৷