65
তেজপুৰঃ তেজপুৰৰ বালিপুখুৰী নাগৰিক সমাজে আজি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক আজি সম্বর্ধনা জনায়।
বালিপুখুৰী নাগৰিক সমাজৰ সভাপতি কুলেন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিশিষ্ট শিক্ষাবিদ যোগেশ কেওট, ৰামেশ্বৰ মহন্ত, পূৰ্ণ বৰা আৰু ভূৱন গোস্বামী উপস্থিত থাকে।