Home ৰাজ্যমৰিয়নী জংচনত আৰক্ষণ কক্ষ বন্ধ কৰি দিয়াত উতপ্ত পৰিস্থিতি

মৰিয়নী জংচনত আৰক্ষণ কক্ষ বন্ধ কৰি দিয়াত উতপ্ত পৰিস্থিতি

by News Desk
122 views
A+A-
Reset

মৰিয়নীঃ শুকুৰবাৰে পুৱা মৰিয়নী জংচনত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ জানিব পৰা মতে ৰে’ল বিভাগে মৰিয়নী জংচনত যাত্ৰীৰ বাবে আৰক্ষণ কেন্দ্ৰটো হঠাৎ কোনো কাৰণ অৱগত নকৰাকৈ বন্ধ কৰি দিয়াত যাত্ৰী সকলৰ মাজত এক হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷

১২৯ বছৰ পুৰণি এই জংচনটোত পূৰ্বে তিনিটাকৈ আৰক্ষণ কেন্দ্ৰ আছিল যদিও ক্ৰমাৎ তাৰ সংখ্যা হ্ৰাস পাবলৈ ধৰে৷ এই জংচনটো উজনি অসমৰ এটা উল্লেখযোগ্য জংচন হোৱাৰ উপৰিও নগাপাহাৰৰ লোকসকলৰ বাবে ডিমাপুৰ জংচনৰ পাছতে মৰিয়নী জংচনটো৷ তেনে অৱস্থাত ৰে’ল বিভাগৰ এই হঠকাৰী সিদ্ধান্তই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0