154
মৰিগাঁওঃ মৰিগাঁও জিলা পৰিষদৰ ১৩ খন আসন বিশিষ্ট জিলা পৰিষদত সংখ্যা গৰিষ্ঠ লাভ কংগ্ৰেছৰ। উল্লেখযোগ্য যে শেষৰখন চাবুকধৰা জিলা পৰিষদত মণিকা বৰদলৈয়ে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।
‘সব কা চাথ সব কা বিকাশ’ মহা মন্ত্ৰ আগত ৰাখি শাসনাধিস্থিত কেন্দ্ৰীয় তথা ৰাজ্যিক চৰকাৰৰ দুজনকৈ মন্ত্ৰী আৰু কেবিনেট মন্ত্ৰী পৰ্যয়ৰ এগৰাকী মীন অধ্যক্ষৰে প্ৰতিনিধিত্ব কৰা পাছতো মৰিগাঁও জিলা পৰিষদ গঠন কৰিব নোৱাৰিলে শাসনাধিস্থিত বি জে পি দলটোৱে।