Home ৰাজ্যৰঙিয়াত পথ দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু

ৰঙিয়াত পথ দুৰ্ঘটনাত শ্ৰমিকৰ মৃত্যু

by News Desk
117 views
A+A-
Reset

ৰঙিয়াঃ  ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁত আজি পুৱাৰ ভাগত এজন যুৱকে মৃত্যুক সাৱতি লয় । বৰপেটাৰ দিশৰ পৰা গুৱাহাটি অভিমুখে তীব্ৰ গতিত আহি থকা  AS 17D 7094 নম্বৰৰ আই টেইন গাড়ী এখনে যুৱকজনক খুন্দামাৰে । পথ অতিক্ৰম কৰিবলৈ লওতে এনেদৰে খুন্দামৰাৰ ফলত যুৱকজন বহু দুৰলৈ চিটিকিগৈ ঘটনাস্থলীতে মৃত্যুক সাৱতি লয় । লগে লগে যুৱক জনক স্থানীয় ৰাইজে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ইতিমধ্যে যুৱক জনৰ মৃত্যু হোৱা বুলি ঘোষনা কৰে ।

 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
₹0
Shipping & taxes may be re-calculated at checkout
₹0